#breakingnews দেশ মাতৃৰ বাবে জম্মু-কাশ্মীৰত পুনৰ ছহিদ হ’ল CRPF জোৱান। পহলগাম কাণ্ডৰ দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওতে শেষ হৈ গ’ল CRPFজোৱানৰ জীৱন।দেশজুৰি শোকৰ ছাঁ